বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন নিযুক্তি ২০২৪ | Airport Authority Recruitment 2024 | 90 Posts| ৯০ পদ
Airport Authority of India |
নমষ্কাৰ বন্ধু-বান্ধৱী সকল । আপোনালোক সকলোকে নতুন এটা চাকৰিৰ সম্পৰ্কীয় Article লৈ । আজিৰ এই Article ত আমি বিমানবন্দৰ প্ৰাধিকৰণৰ নিযুক্তিটোৰ সম্পৰ্কে প্ৰয়োজনীয় সকলো তথ্য আলোচনা কৰিম । যদি আপুনি এগৰাকী চাকৰি প্ৰত্যাশী হয় । চাকৰি বিছাৰি আছে আপুনি সঠিক ঠাইলৈ আহিছে । এই website ত আমি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ তথা বিভিন্ন প্ৰাইভেট চাকৰিৰ তথ্যসমূহ প্ৰকাশ কৰি থাকো । আপোনাৰ যোগ্যতা অনুসৰি যিটো পদৰ বাবে আপুনি যোগ্য বিবেচিত হয় পদত উল্লেখিত পদ্ধতিৰে আবেদন সমূহ কৰিব পাৰিব । আজি মুকলি হোৱা পদ সমূহৰ সকলো তথ্য বিতং ভাবে তলত আলোচনা কৰা হ’ল ।
বিমানবন্দৰ প্ৰাধিকৰণৰ নিযুক্তি ২০২৪ ৰ পদ সমূহৰ তথ্য আৰু বিভাজনৰ তথ্য -
> সৰ্বমুঠ পদৰ সংখ্যা - ৯০ টা
> পদৰ নাম - শিক্ষানবিচ (Apprentice)
পদ সমূহৰ বিভাজনৰ তথ্য -
> স্নাতক শিক্ষানবিচৰ বাবে (Graduate Level Apprentice) - 30 টা পদ
> ডিপ্লমা শিক্ষানবিচৰ বাবে (Diploma Level Apprentice) - 30 টা পদ
> ITI/Trade Level Apprentice ৰ বাবে - 30 টা পদ ।
গুৰুত্বপূৰ্ণ তাৰিখ সমূহৰ বিৱৰণ | Important Dates -
> আবেদন আৰম্ভ হোৱাৰ তাৰিখ/Application start date - 28 অক্টোবৰ 2024
> আবেদন সমাপ্ত হোৱাৰ তাৰিখ/Application ending date - 20 নবেম্বৰ 2024
> আবেদন মাচুল দিয়াৰ তাৰিখ/Application fee paying date - মান্য নহয় ।
আবেদন মাচুলৰ তথ্য -
> সাধাৰণ শ্ৰেণী আৰু OBC ৰ বাবে - ০০ টকা
> অনুসূচিত জাতি আৰু জনজাতিৰ বাবে - ০০ টকা ।
মনত ৰাখিব - আবেদন কৰাৰ বাবদ Fees দিব লগিয়া হয় কৰি দিওতা জনক ।
আপোনালোকে তলৰ নিযুক্তি সমূহৰ বিষয়ো জানিব পাৰে 👇👇👇👇
অনান্য চাকৰিৰ খবৰৰ ভিদিঅ’ৰ বাবে আমাৰ ইউটিউব চেনেলটো Subscribe কৰি ল’ব ।
লিংক -
বয়সৰ সময়সীমাৰ তথ্য / Age Limitation details -
এই পদ সমূহত আবেদনৰ বাবে নুন্যতম বয়স আৰু অতিৰিক্ত বয়সৰ মাজৰ তথ্য সমূহ তলত দিয়া ধৰণৰ ।
> নুন্যতম বয়স - ১৮ বছৰ
> সৰ্বোচ্ছ বয়স - ২৬ বছৰ ।
বয়স সমূহ গণনা কৰা হ’ব ২০ নবেম্বৰ ২০২৪ লৈ । এই তাৰিখলৈ যদি আপোনাৰ বয়স ওপৰত উল্লেখিত বয়সতকৈ বেছি হৈছে কিন্তু আপুনি সংৰক্ষ্যণৰ সুবিধা লাভ কৰিব পৰা Category ৰ প্ৰাৰ্থী/candidate হয়, তেনেহ’লে আবেদন কৰিব পাৰিব । যদি UR ৰ প্ৰাৰ্থী হয় তেনেহ’লে নোৱাৰীৱ ।
বয়সৰ অতিৰিক্ত সুবিধা সমূহৰ তথ্য/ upper age relaxation details -
SC/ST ৰ বাবে - ৫ বছৰ
OBC ৰ বাবা - ৩ বছৰ
Ex-Servicemen ৰ বাবে - ২ বছৰ ।
PWBD ৰ বাবে - ১০ বছৰ
শিক্ষাগত অৰ্হতাৰ তথ্য / Educational Qualification details -
A) স্নাতক আৰু ডিপ্লমা শিক্ষানবিচৰ বাবে - যদি প্ৰাৰ্থী গৰাকীয়ে AICTE দ্বাৰা পৰিচালিত চাৰিবছৰীয়া ডিগ্ৰী বা তিনি বছৰীয়া (Regular) ডিপ্লমা যদি অভিযান্ত্ৰীক বিভাগত ( Engineering ) ত কৰিছে আবেদন কৰিব পাৰিব ।
B) ITI/Trade level ৰ শিক্ষানবিচৰ শিক্ষাগত অৰ্হতা - যদি প্ৰাৰ্থী গৰাকীয়ে AICTE দ্বাৰা পৰিচালিত ITI/NCVT পাঠ্যক্ৰম কৰিছে আবেদন কৰিব পাৰিব ।
How to apply | কেনেকৈ আবেদন কৰিব ?
i) যি সকল যুৱক-যুৱতী আগ্ৰহী আৰু যোগ্য হয় তেওঁলোকে BOAT’s/ RDAT’s ৰ Website ৰ জৰিয়তে আবেদন কৰিব পাৰে । স্নাতক/ডিপ্লমা শিক্ষানবিচৰ বাবে www.nats.education.gov.in
এইটো website ৰ দ্বাৰা কৰিব লাগিব । আৰু ITI/Trade শিক্ষানবিচৰ বাবে www.apprenticeshipindia.org এইটো website ৰ দ্বাৰা আবেদন কৰিব লাগিব ।
ii) প্ৰথমতে প্ৰাৰ্থীগৰাকীয়ে NATS/NAPS portal ত নিজৰ পঞ্জিয়ন কৰাই Annexure I, II, III, IV সকলো সম্পূৰ্ণ কৰি আবেদন প্ৰক্ৰিয়াটো সম্পন্ন কৰিব লাগিব ।
Important Links | গুৰুত্বপূৰ্ণ লিংক সমূহ -
i) দপ্তৰৰ নটিচ ডাউনল’ড কৰাৰ লিংক/Official Notice - ডাউনল’ড কৰক
i) অনলাইন আবেদন কৰাৰ লিংক/ Online Apply Link - আবেদন কৰক
দপ্তৰৰ website / Official Site - প্ৰৱেশ কৰক
এই লিখনিত আমি আলোচনা কৰিলো Airport Authority of India ৰ যি সমূহ পদ মুকলি হৈছে তাৰ সকলো তথ্য । সহজভাবে আৰু সকলোৱে বুজি পোৱাকৈ । আশা কৰিছো সকলোৰে বাবে এই লিখনি লাভদায়ক হ’ব । এনেদৰে অসমীয়াত ভাৰতৰ বিভিন্ন চাকৰিৰ খবৰ, অসমৰ চাকৰিৰ খবৰ আৰু ব্যক্তিগত প্ৰতিষ্ঠান সমূহৰ বিভিন্ন চাকৰিৰ খবৰ পাবলৈ আমাৰ এই Website লৈ Visit কৰি থাকিব । ধন্যবাদ ।
0 Comments