Guwahati High Court new Vacancy | 19 Posts | Assam Career
Guwahati High Court Recruitment 2024 |
মৰমৰ Visitors, আমাৰ ৱেবচাইতলৈ স্বাগতম জনাইছো । যদি আপুনি নতুন চৰকাৰি চাকৰিৰ সন্ধানত আছে, তেনেহ’লে সঠিক ঠাইলৈ আহিছে । ইয়াত আজি আমি নতুনকৈ প্ৰকাশিত গুৱাহাটী উচ্চন্যায়ালয়ৰ নিযুক্তিৰ তথ্য সমূহৰ বিষয়ে আলোচনা কৰিম । গতিকে, শেষলৈকে চাৱ । (Hello Visitors, welcome to my blog site. If you are seeking a new Government job vacancy within Assam. You are in the right place. In this article we will discuss the latest recruitment notification in Assam which comes from Guwahati High court. So stay tuned till the end. In this article we will discuss each single point or information related to this recruitment.)
Guwahati High Court Recruitment 2024 | Vacancy Details -
> Total Post/সৰ্বমুঠ পদৰ সংখ্যা - 19
Name of Post - i) Judicial Assistant
ii) Computer Assistant
Post wise details mentioned below/পদৰ অনুসাৰে তথ্য সমুহ -
Judicial Assistant -
> Total Post - 14
For UR - 08
For OBC/MOBC - 06
For ST/SC - Nil
ST/SC category ৰ প্ৰাৰ্থী সকলে আবেদন কৰিব বিছাৰিলে UR category ৰ যিবোৰ পদ আছে সেইকেইটাত কৰিব পাৰিব ।
Educational Qualification/শিক্ষাগত অৰ্হতা -
i) স্নাতক ডিগ্ৰীধাৰি প্ৰাৰ্থী হ’ব লাগিব (Bachelor’s degree from recognised University.)
ii) কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব । (Having Computer Knowledge.)
বয়সৰ সীমাৰ তথ্য / Age limitation details
i) বয়সৰ নুন্যতম সীমা - ১৮ বছৰ ।
ii) বয়সৰ অতিৰিক্ত সীমা - ৪০ বছৰ ।
Computer Assistant -
> Total Post - 05
For UR - 0
For OBC/MOBC - 03
For SC - 0
For STP - 01
For STH - 01
Educational Qualification/শিক্ষাগত অৰ্হতা -
i) স্নাতক ডিগ্ৰীধাৰি প্ৰাৰ্থী হ’ব লাগিব (Bachelor’s degree from recognised University.)
ii) কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব । ৬ মাহৰ এখন কম্পিউটাৰৰ ডিপ্লমা থাকিব লাগিব । ইয়াৰ লগতে DTP/Data entry ৰ জ্ঞান আৰু Hardware ৰ সাধাৰণ জ্ঞান থাকিব লাগিব । (Having Computer Knowledge & minimum 6 months diploma. Also having knowledge of dtp, data entry & hardware maintenance)
বয়সৰ সীমাৰ তথ্য / Age limitation details
i) বয়সৰ নুন্যতম সীমা - ১৮ বছৰ ।
ii) বয়সৰ অতিৰিক্ত সীমা - ৪০ বছৰ ।
অতিৰিক্ত বয়সৰ সুবিধাৰ তথ্য সমূহ /Age relaxation details -
> OBC ৰ প্ৰাৰ্থীৰ বাবে - ৩ বছৰ
> ST/SC ৰ প্ৰাৰ্থীৰ বাবে - ৫ বছৰ
> PWBD ৰ প্ৰাৰ্থীৰ বাবে - ১০ বছৰৰ অতিৰিক্ত বয়সৰ সুবিধা গ্ৰহন কৰিব পাৰিব ।
Important point/ গুৰুত্বপূৰ্ণ তথ্য -
সকলো প্ৰাৰ্থীয়ে এই পদ কেইটাৰ বাবে আবেদন কৰাৰ আগত Employment Exchange ত নাম পঞ্জীয়নকৰণ কৰিব লাগিব । (Every candidates should register his/her self to employment exchange office before apply for these post)
আবেদন মাচুলৰ তথ্য /Application fee details -
> সাধাৰণ শ্ৰেণী, OBC ৰ বাবে আবেদন মাচুল ( Application fee for UR/OBC) - ৫০০
> অনুসূচিত জাতি/জনজাতিৰ বাবে আবেদন মাচুল (Application fee for ST/Sc) - ২৫০ টকা ।
> বিকলাংগ সকলৰ বাবে আবেদন মাচুল (Application fee for PWD) - নাই/ NIL
কেনেকৈ আবেদন কৰিব ? How to apply ?
এই পদ কেইটাৰ বাবে অনলাইৰ দ্বাৰা আবেদন কৰিব পাৰিব । ন্যায়িক সহায়কৰ বাবে ১১ নবেম্বৰৰ পৰা আবেদন আৰম্ভ হ’ব । কম্পিউটাৰ সহায়কৰ বাবে ৮ নবেম্বৰৰ পৰা আবেদন আৰম্ভ হ’ব । আবেদনৰ বাবে গুৰুত্বপূৰ্ণ তাৰিখসমূহৰ বিষয়ে তলত উল্লেখ আছে । আবেদনৰ বাবে তলৰ প্ৰতিটো তৰপ সম্পূৰ্ণ কৰিব লাগিব - (Candidates need to apply online for these post. For judicial Assistant post online will be start from 12 Nov, 2024 & for Computer Assistant post application will be start from 8 Nov. Important dates for application are mentioned below. Follow the steps to complete the application process)
প্ৰথমতে, দপ্তৰৰ দ্বাৰা দিয়া লিংকত ক্লিক কৰি Official site ত প্ৰৱেশ কৰা । (visit to the official site)
দ্বিতীয়তে, নিজৰ পঞ্জীয়ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰক । (register yourself)
তৃতীয়তে, পূণৰ সংলগ্ন (login) কৰি আবেদনৰ ফৰ্মখন ভৰাওঁক । (then login and complete the application form)
চতুৰ্থতে, আবেদন মাচুল আদায় দিয়ক ।(pay the application fee)
শেষত, আবেদনৰ কপিখন ডাউনল’ড কৰি ৰাখক ।(save the application copy for future reference.)
এই কেইটা প্ৰক্ৰিয়া সম্পন্ন কৰি আবেদন কৰিব পাৰিব ।(By following these steps, applicant can complete his/her application process.)
Important Date/গুৰুত্বপূৰ্ণ তাৰিখ সমূহ -
> আবেদন আৰম্ভ হোৱাৰ তাৰিখ (Application start date)
For computer Assistant - 8 Nov, 2024.
For Judicial Assistant - 12 Nov, 2024.
> আবেদনৰ অন্তুিম তাৰিখ (Applicatiin clossing date)
For Computer Assistant - 23 Nov, 2024
For Judicial Assistant - 27 Nov, 2024
> আবেদন মাচুল আদায়ৰ অন্তিম তাৰিখ (Last date for paying Application fees) -
For Computer Assistant - 27 Nov, 2024
For Judicial Assistant - 30 Nov, 2024
Important Links/গুৰুত্বপূৰ্ণ লিংক সমুহ -
> Official Sites Link (দপ্তৰৰ লিংক) - চুই দিয়ক (Click Here)
> Official Notice download Link (দপ্তৰৰ নটিচৰ লিংক -
For Computer Assistant - ডাউনল’ড কৰক (Download)
For Judicial Assistant - ডাউনল’ড কৰক (Download)
> Apply Link (আবেদনৰ লিংক) -
For Computer Assistant - 08/11/2024
For Judicial Assistant - 12/11/2024
মৰমৰ Visitors, ইয়াত আমি সকলো তথ্য আলোচনা কৰিলো । সকলো সঠিকভাবে দাক্ঙি ধৰা হৈছে । ইয়াৰ পাছটো কিবা জানিব লগা থাকিলে এবাৰ দপ্তৰৰ নটিচখন চাব । (Dear Visitors, we discussed each and everything related to this Guwahati high court recruitment 2024. If you still have any query please check the official notice.)
0 Comments