Radhakrishnan School Recruitment 2024 | Warden Vacancy

Dr. Radhakrishnan School Recruitment 2024| 07 Posts | Assam Career 

By Suruj

মৰমৰ Visitors, আমাৰ ৱেবচাইতলৈ স্বাগতম জনাইছো । যদি আপুনি নতুন চৰকাৰি চাকৰিৰ সন্ধানত আছে, তেনেহ’লে সঠিক ঠাইলৈ আহিছে । ইয়াত আজি আমি নতুনকৈ প্ৰকাশিত ড° ৰাধাকৃষ্ণণ বিদ্যালয়, ডিব্ৰুগড়ৰ নতুন নিযুক্তিৰ তথ্য সমূহৰ বিষয়ে আলোচনা কৰিম । গতিকে, শেষলৈকে চাৱ । (Hello Visitors, welcome to my blog site. If you are seeking a new Government job vacancy within Assam. You are in the right place. In this article we will discuss the latest recruitment notification in Assam which comes from Dr. Radhakrishnan School Dibrugarh . So stay tuned till the end. In this article we will discuss each single point or information related to this recruitment.)

Dr. Radhakrishnan School Recruitment 2024 | Vacancy Details -


> Total Post/সৰ্বমুঠ পদৰ সংখ্যা - 07

Name of Post - Warden/তত্বাৱধায়ক

For Male/পুৰুষৰ বাবে - ০৫ টা

For Female/মহিলাৰ বাবে - ০২ টা


Educational Qualification/শিক্ষাগত অৰ্হতা

i) স্নাতক ডিগ্ৰীধাৰি প্ৰাৰ্থী হ’ব লাগিব (Bachelor’s degree from recognised University.)


বয়সৰ সীমাৰ তথ্য / Age limitation details 

i) বয়সৰ নুন্যতম সীমা - ১৮ বছৰ ।

ii) বয়সৰ অতিৰিক্ত সীমা - ৪০ বছৰ ।


অতিৰিক্ত বয়সৰ সুবিধাৰ তথ্য সমূহ /Age relaxation details -

> OBC ৰ প্ৰাৰ্থীৰ বাবে - ৩ বছৰ 

> ST/SC ৰ প্ৰাৰ্থীৰ বাবে - ৫ বছৰ 

> PWBD ৰ প্ৰাৰ্থীৰ বাবে - ১০ বছৰৰ অতিৰিক্ত বয়সৰ সুবিধা গ্ৰহন কৰিব পাৰিব ।


Salary Details/দৰমহাৰ তথ্য -

Rs. 9,000/- to 20,000/-(Salary will be commensurate with MERIT and EXPERIENCE)


Important point/ গুৰুত্বপূৰ্ণ তথ্য -

সকলো প্ৰাৰ্থীয়ে এই পদ কেইটাৰ বাবে আবেদন কৰাৰ আগত Employment Exchange ত নাম পঞ্জীয়নকৰণ কৰিব লাগিব । (Every candidates should register his/her self to employment exchange office before apply for these post)


আবেদন মাচুলৰ তথ্য /Application fee details -

> সাধাৰণ শ্ৰেণী, OBC ৰ বাবে আবেদন মাচুল ( Application fee for UR/OBC) - নাই


> অনুসূচিত জাতি/জনজাতিৰ বাবে আবেদন মাচুল (Application fee for ST/Sc) -  নাই


> বিকলাংগ সকলৰ বাবে আবেদন মাচুল (Application fee for PWD) - নাই/ NIL


কেনেকৈ আবেদন কৰিব ? How to apply ?


এই পদ কেইটাৰ বাবে অনলাই আৰু অফলাইনৰ  দ্বাৰা আবেদন কৰিব পাৰিব । অনলাইন যোগেৰে আবেদন কৰিবৰ বাবে Official Mail লৈ আপোনালোকৰ CV বা Biodata খন পঠাই দিব । যি সকলে অফলাইনৰ দ্বাৰা আবেদন কৰিব বিছাৰে Official address লৈ Biodata খন পঠাই দিব । Official Email id আৰু Official Address টো তলত উল্লেখ আছে ।  - (Candidates can apply through online or offline mode. If you want to apply online, send your CV or Biodata to official majl address. Or If you want to apply offline send your CV or Biodata to the official address. Official mail address and offline address mentioned below. )


Official mail Address - hrrkschool@gmail.com


Official Offline address - Dr. Radhakrishnan School of Arts, Commerce & Science, Amolapatty Dibrugarh Assam – 786001


যি কোনোধৰণৰ তথ্য জানিবৰ বাবে যোগাযোগ কৰিব পাৰে - 8822400362/ 7099069263 এই নম্বৰত (৯ বজাৰ পৰা ৪ বজালৈ) ।For any query please contact H.R Department @ 8822400362/ 7099069263 from 9.00 am to 4.00 pm .

Post a Comment

0 Comments