Directorate of Medical Education, Assam Vacancy | 2685 Posts | Assam Career
মৰমৰ Visitors, আমাৰ ৱেবচাইতলৈ স্বাগতম জনাইছো । যদি আপুনি নতুন চাকৰিৰ সন্ধানত আছে, তেনেহ’লে সঠিক ঠাইলৈ আহিছে । ইয়াত আজি আমি নতুনকৈ প্ৰকাশিত অসমৰ স্বাস্থ্য বিভাগৰ নতুন নিযুক্তিৰ তথ্য সমূহৰ বিষয়ে আলোচনা কৰিম । গতিকে, শেষলৈকে চাৱ ।
Hello Visitors, welcome to my blog site. If you are seeking a new job vacancy within Assam. You are in the right place. In this article we will discuss the latest recruitment notification in Assam which comes from Director of Medical Education, Assam . So stay tuned till the end. In this article we will discuss each single point or information related to this recruitment.
DME Recruitment 2024 | Vacancy Details -
> Total Post/সৰ্বমুঠ পদৰ সংখ্যা - 2685
Name of Post & Vacancy Details :
Educational Qualification/শিক্ষাগত অৰ্হতা & Post Name/পদৰ নাম -
বয়সৰ সীমাৰ তথ্য / Age limitation details
i) বয়সৰ নুন্যতম সীমা - 18 বছৰ ।
ii) বয়সৰ অতিৰিক্ত সীমা - 40 বছৰ As on 1st January, 2024.
অতিৰিক্ত বয়সৰ সুবিধাৰ তথ্য সমূহ /Age relaxation details -
> OBC ৰ প্ৰাৰ্থীৰ বাবে - ৩ বছৰ
> ST/SC ৰ প্ৰাৰ্থীৰ বাবে - ৫ বছৰ
> PWBD ৰ প্ৰাৰ্থীৰ বাবে - ১০ বছৰৰ অতিৰিক্ত বয়সৰ সুবিধা গ্ৰহন কৰিব পাৰিব ।
Salary Details/দৰমহাৰ তথ্য -
Grade III (TECH.) - 14,000-60,500 Per Month.
Important point/ গুৰুত্বপূৰ্ণ তথ্য -
Employment Exchange Registration : সকলো প্ৰাৰ্থীয়ে এই পদ কেইটাৰ বাবে আবেদন কৰাৰ আগত Employment Exchange ত নাম পঞ্জীয়নকৰণ কৰিব লাগিব । (Every candidates should register his/her self to employment exchange office before apply for these post)
Helpline: For Any Query Candidates may Contact the Following Number.
Number: 8929207668
Days: Monday to Saturday
Timing: 10 AM. to 6 PM.
আবেদন মাচুলৰ তথ্য /Application fee details -
> সাধাৰণ শ্ৰেণী, OBC ৰ বাবে আবেদন মাচুল ( Application fee for UR/OBC/MOBC) - NIL
> অনুসূচিত জাতি/জনজাতিৰ বাবে আবেদন মাচুল (Application fee for ST/Sc) - নাই
> বিকলাংগ সকলৰ বাবে আবেদন মাচুল (Application fee for PWBD) - নাই
কেনেকৈ আবেদন কৰিব ? How to apply ?
এই পদ কেইটাৰ বাবে অনলাই দ্বাৰা আবেদন কৰিব পাৰিব । অনলাইন যোগেৰে আবেদন কৰিবৰ বাবে তলত উল্লেখ কৰা ধৰণেৰে Step সমূহ Follow কৰিব । (Candidates can apply through online mode. If you want to apply online, follow the steps mentioned below.)
প্ৰথমতে, দপ্তৰৰ দ্বাৰা দিয়া লিংকত ক্লিক কৰি Official site ত প্ৰৱেশ কৰা । (visit to the official site)
দ্বিতীয়তে, নিজৰ পঞ্জীয়ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰক । (register yourself)
তৃতীয়তে, পূণৰ সংলগ্ন (login) কৰি আবেদনৰ ফৰ্মখন ভৰাওঁক । (then login and complete the application form)
চতুৰ্থতে, আবেদন মাচুল আদায় দিয়ক ।(pay the application fee)
শেষত, আবেদনৰ কপিখন ডাউনল’ড কৰি ৰাখক ।(save the application copy for future reference.)
এই কেইটা প্ৰক্ৰিয়া সম্পন্ন কৰি আবেদন কৰিব পাৰিব ।(By following these steps, applicant can complete his/her application process.)
Important Date/গুৰুত্বপূৰ্ণ তাৰিখ সমূহ -
> আবেদন আৰম্ভ হোৱাৰ তাৰিখ (Application start date) - 9 Dec, 2024.
> আবেদনৰ অন্তুিম তাৰিখ (Application closing date) - Dec, 2024
Important Links/গুৰুত্বপূৰ্ণ লিংক সমুহ -
> Official Sites Link (দপ্তৰৰ লিংক) - চুই দিয়ক (Click Here)
> Official Notice download Link (দপ্তৰৰ নটিচৰ লিংক - Download here
> Apply Link (আবেদনৰ লিংক) - Apply Now / Apply Now
মৰমৰ Visitors, ইয়াত আমি সকলো তথ্য আলোচনা কৰিলো । সকলো সঠিকভাবে দাক্ঙি ধৰা হৈছে । ইয়াৰ পাছটো কিবা জানিব লগা থাকিলে এবাৰ দপ্তৰৰ নটিচখন চাব । (Dear Visitors, we discussed each and everything related to this Union Bank of India recruitment 2024. If you still have any query please check the official notice.)
0 Comments